Skip to main content

Posts

Featured

অসমৰ “কা” বিৰোধী আন্দোলন আৰু ইয়াৰ ঐতিহাসিক প্ৰেক্ষাপট

    বি জেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আকোঁৰগোজ হৈ অসাংবিধানিক আৰু সাম্প্ৰদায়িক এখন বিধেয়ক (নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯) চমুকৈ “কেব” পৰবৰ্তী পৰ্যায়ত আইন (নাগৰিকত্ব সংশোধনী আইন ২০১৯)চমুকৈ “কা” অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে আৰোপ কৰাক কেন্দ্ৰ কৰি প্ৰথমতে অসম তথা উত্তৰ-পূৰ্বাঞ্চল আৰু পৰবৰ্তী পৰ্যায়ত সমগ্ৰ ভাৰতবৰ্ষত যি এক ব্যাপক গণ জাগৰণৰ সূচনা হল, ই হয়তো অসম তথা ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহসতেই এক অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘটনা হিচাপে খোদিত হৈ ৰব। এষাৰ কথা অতিশয় স্পষ্ট যে, এই আন্দোলন আছিল ৰাইজৰ আন্দোলন। প্ৰথম অৱস্থাত ৰাজ্যখনৰ বিভিন্ন দল সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ইয়াৰ পৰা সৃষ্টি হবলগীয়া প্ৰত্যাহ্বানৰ সম্পৰ্কত অসমৰ ৰাইজৰ মাজত গৈ বিভিন্ন পৰ্যায়ত প্ৰচাৰ আন্দোলন সংগঠিত কৰিছিল যদিও ৯ ডিচেম্বৰ ২০১৯ ৰ আৰম্ভ হোৱা ধাৰাবাহিক আন্দোলনত কিন্তু কোনো দল-সংগঠনে ৰাইজক আগবঢ়াই আনিব লগা হোৱা নাছিল। অন্য অৰ্থত কবলৈ গলে সমগ্ৰ আন্দোলনত ৰাইজৰ অংশগ্ৰহন আছিল ব্যাপক আৰু স্বত:স্ফুৰ্ত। সেয়ে এই আন্দোলন সামগ্ৰীকভাৱে আমাৰ প্ৰজন্মটোৰ বাবে এক বিৰল অভিজ্ঞতাৰ অধ্যায়।        এত...

Latest Posts

'Raijmel': The Rebel Assembly of Assamese Peasants

আস্থাহীনতাৰ বিপৰীতে, গভীৰ আস্থাৰ গান

দেশৰে চন্দ্ৰমা কাল এন্ধাৰে আৱৰে

বিষ্ণু ৰাভাৰ জীৱন আৰু সংগ্ৰাম

বিকল্প এটা শক্তিশালীভাৱে তুলি ধৰিব লাগিব

আমি নেদেখা, আমি জনা, আমি হ'ব বিচৰা– চে' গুৱেভাৰা

বিপ্লৱী জ্যোতিপ্ৰসাদ